সমবায়সমবায়ভিত্তিক

সমবায় বেঙ্ক (Assamese) [ Roman: xo.mo.bay benk]
Contributed by: Partha P Sarmah on 2011-08-04
1. Business-Commerce-Economics(Common Noun-Neuter) a banking system organized in a co-operative system. These banks usually function in their own states and tie up with other nationalized banks if they want to expand their business outside the home state. Usually respective state governments are also a share holder of these banks, e.g. The Assam State Co-operative Apex Bank Ltd. সমবায় ভিত্তিত প্ৰতিষ্ঠা কৰা আৰু (সাধাৰণতে নিজৰ ৰাজ্যৰ ভিতৰতে) ব্যৱসায় চলোৱা বেঙ্ক৷ আন ৰাজ্যত লেন-দেন কৰিবলৈ হলে কোনো ৰাষ্ট্ৰীয়কৃত বেঙ্কৰ সৈতে ব্যৱসায়িক চুক্তি কৰি ল’বলগীয়া হয়৷ এই বেঙ্কবিলাকত ৰাজ্যচৰকাৰৰো কিছু অংশ থাকে৷